Educationঅসম

হাইমাদ্ৰাছাত শীৰ্ষ তিনি স্থান দখল ৫ শিক্ষাৰ্থীৰ

হাইমাদ্ৰাছাত প্ৰথম স্থান দখল মুফাছিৰ অল হাছানৰ

◾হাইমাদ্ৰাছাত শীৰ্ষ তিনি স্থান দখল ৫ শিক্ষাৰ্থীৰ

◾হাইমাদ্ৰাছাত প্ৰথম স্থান দখল মুফাছিৰ অল হাছানৰ

◾শোণিতপুৰৰ আল কাওছাৰ মডেল একাডেমীৰ ছাত্ৰ

◾৫৫৬ নম্বৰেৰে শীৰ্ষত মুফাছিৰ অল হাছান

◾দ্বিতীয় স্থান দখল বৰপেটাৰ ছাদিকা আহমেদৰ

◾ধাকুৱা হাইমাদ্ৰাছাৰ ছাদিকাই লাভ কৰিছে ৫৫০ নম্বৰ

◾দ্বিতীয় স্থান দখল বঙাইগাঁৱৰ মোস্তাক আহমেদৰ

◾পিৰাধৰা হাইমাদ্ৰাছাৰ মোস্তাকৰ লাভ ৫৫০ নম্বৰ

◾তৃতীয় স্থান দখল লখিমপুৰৰ শ্বাহনাজ পাৰবিন

◾দৌলৎপুৰৰ শ্বাহনাজে লাভ কৰিছে ৫৪৯ নম্বৰ

◾তৃতীয় স্থান দখল নগাঁৱৰ ইৰ্শ্বাদুল্লাহৰ

◾ছাত্ৰ ইৰ্শ্বাদুল্লাহই লাভ কৰিছে ৫৪৯ নম্বৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + eleven =

Check Also
Close
Back to top button