অসম

নিউজ টাইম অসমৰ শিলচৰৰ সাংবাদিক সঞ্জীৱ বেনার্জীৰ দেহাৱসান

দীৰ্ঘদিন ধৰি কিডনী, মধুমেহ আৰু অনন্যান্য ৰোগত আক্ৰান্ত হৈ আছিল সঞ্জীৱ বেনার্জী।

নিউজ টাইম অসমৰ শিলচৰৰ সংবাদিক সঞ্জীৱ বেনার্জীৰ দেহাৱসান। সোমবাৰে, শিলচৰ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। দীৰ্ঘদিন ধৰি কিডনী, মধুমেহ আৰু অনন্যান্য ৰোগত আক্ৰান্ত হৈ আছিল সঞ্জীৱ বেনার্জী

। তেখেতৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। সাংবাদিকগৰাকীক হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে বৰাকৰ সংবাদিক মহলে। নিউজ টাইম অসমৰ তৰফৰ পৰাও প্ৰয়াত সাংবাদিক সঞ্জীৱ বেনাৰ্জীলৈ জনাইছো একাঁজলি শ্ৰদ্ধাঞ্জলি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.