অপৰাধ

অনিমেষৰ হত্যাকাৰী যাতে খোজ কাঢ়ি আদালত নাপায়গৈ- মৃণাল শইকীয়াৰ হুংকাৰ

অনিমেষৰ হত্যাকাৰী যাতে খোজ কাঢ়ি আদালত নাপায়গৈ তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই।

অনিমেষ ভূঞাৰ হত্যাকাৰী যাতে খোজ কাঢ়ি আদালত নাপায়গৈ তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। আজি অনিমেষৰ ডেৰগাঁৱৰ বাসগৃহত উপস্থিত হৈ এই হুংকাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ।

নিহত অনিমেষৰ পিতৃ-মাতৃক সমবেদনা জনালে বিধায়ক মৃণাল শইকীয়াই।

উল্লেখ্য যে সোমবাৰে যোৰহাট চহৰৰ মাজ মজিয়াতে একাংশ উন্মাদ আৰু জীঘাংসু লোকে মৰিয়াই মৰিয়াই হত্যা কৰে আছুৰ নেতা অনিমেষ ভূঞাক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 4 =

Back to top button