অসমদুৰ্ঘটনাদৈনিক বাতৰি

ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৫ বন্ধুৰ

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে চাৰিচকীয়া বাহন

ডিজিটেল ডেস্ক: ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে ৫ বন্ধুৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে চাৰিচকীয়া বাহন। ফলত থিতাতে নিহত দ্বীপেন বৰা, ভাইকন পটংগীয়া, আকাশদ্বীপ বৰা, বিদ্যুৎ নাথ, বিশ্বজিৎ শইকীয়া নামৰ চফল যুৱককেইজন। বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে শোণিতপুৰৰ বালিপৰাৰ সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.