অপৰাধঅসমআঞ্চলিকগুৱাহাটীচিকিৎসা

গ্ৰেপ্তাৰ হ’ল মুন্নাভাই এমবিবিএছ ৰূপী চিকিৎসাক!

‘পৃথিৱী মেডিকেল’ নামে ফাৰ্মাচী খুলি দীৰ্ঘদিন ধৰি চলাই আহিছিল ভুৱা চিকিৎসা

ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ হল ভুৱা চিকিৎসক। গুৱাহাটীৰ পানীখাইতিৰ পৰা গ্ৰেপ্তাৰ মুন্না ভাই এম বি এছ ৰূপী সুমন পুৰকায়স্থ। ‘পৃথিৱী মেডিকেল’নামে এখন ফাৰ্মাচী খুলি দীৰ্ঘদিন ধৰি ভুৱা চিকিৎসা চলাই আছি সুমন পুৰকায়স্থয়ে। দীৰ্ঘদিনে চিকিৎসাৰ নামত কৰি আহিছিল ৰমৰমীয়া বেহা। কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে ৰোগী চিকিৎসা কৰি আহিছিল সুমন পুৰকায়স্থ নামৰ ভুৱা চিকিৎসাক জনে ।

অৱশেষত এজন চিকিৎসকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় সুমন পুৰকায়স্থক। ৰোগীৰ চিকিৎসাক লৈ হেতালি খেলাৰ অভিযোগত পানীখাইতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা MBBSৰূপী চিকিৎসকজনক। সৰ্বসাধাৰণ ৰাইজৰ জীৱন লৈ হেতালি খেলা চিকিৎসকৰ বিৰুদ্ধে স্বাস্থ্য মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয়।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.