অসমআঞ্চলিকখেলগুৱাহাটী

অসমৰ জনপ্ৰিয় ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত Sports Authority of Indiaৰ।

ফুটবল ইভেণ্ট কৰ্তন কৰিব খোজা বিষয়টোৱে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ হঠকাৰী সিদ্ধান্ত। অসমৰ জনপ্ৰিয় ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত Sports Authority of Indiaৰ।
SAIয়ে জাৰি কৰা শেহতীয়া জাননীত চাঞ্চল্য।

শেহতীয়াকৈ জাৰি কৰা এখন জাননী মৰ্মে কোকৰাঝাৰ কেন্দ্ৰত আৰু নাথাকিব ফুটবল, কাবাদী ইভেণ্ট। ছোৱালীৰ টাইকোৱানডো ইভেণ্টো কৰ্তনৰ সিদ্ধান্ত SAIৰ। লখিমপুৰ SAI কেন্দ্ৰৰ পৰাও ফুটবল আঁতৰোৱাৰ জাননী।

 

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনৰ ভিত্তিত ২০০৬ চনত কোকৰাঝাৰত SAIৰ জৰিয়তে গঢ়ি তোলা হৈছিল এই ক্ৰীড়া কেন্দ্ৰ। য’ৰ পৰা জন্ম হৈছিল হলীচৰণ নাৰ্জাৰীৰ, অপৰ্ণা নাৰ্জাৰীৰ দৰে অসংখ্যক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় খেলুৱৈৰ।

তেনেস্থলত কোকৰাঝাৰ কেন্দ্ৰৰ পৰা ফুটবল ইভেণ্ট কৰ্তন কৰিব খোজা বিষয়টোৱে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.