অসমক্ৰিকেটখেলগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ উন্মাদনা, আজিৰে পৰা বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্মআম মেচ

গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ উন্মাদনা

আজিৰে পৰা বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্মআম মেচ

বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব প্ৰথমখন ৱাৰ্মআপ মেচ

প্ৰথম মেচত বাংলাদেশ-শ্ৰীলংকাৰ যুঁজ

দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল

১১ বজাত দৰ্শকৰ বাবে খুলি দিয়া হৈছে প্ৰৱেশদ্বাৰ

বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ৪খনকৈ ৱাৰ্মআপ মেচ

কাইলৈ মুখামুখি হ’ব ভাৰত-ইংলেণ্ড

আমিনগাঁও ষ্টেডিয়ামত অনুশীলনত নামিব দুয়ো দল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 13 =

Back to top button