অসমআঞ্চলিকদৈনিক বাতৰি

ভাৰত-ভূটান সীমান্তৰ বগামাটিত আৱদ্ধ হাতী পোৱালি, ট্ৰেংকুলাইজ কৰি হাতী পোৱালিটো উদ্ধাৰৰ চেষ্টা

ভাৰত-ভূটান সীমান্তৰ বগামাটিত আৱদ্ধ হাতী পোৱালি

ভাৰত-ভূটান সীমান্তৰ বগামাটিত আৱদ্ধ হাতী পোৱালি

পাহাৰৰ কেঁকুৰিত আৱদ্ধ হাতীৰ পোৱালিক উদ্ধাৰৰ চেষ্টা

ওদালগুৰি-বাক্সাৰ সীমান্তৱৰ্তী এলেকাত এই ঘটনা

বন বিভাগে চেষ্টা চলায়ো উদ্ধাৰ কৰিব পৰা নাই পোৱালিটো

ধনশিৰিৰ বন সংমণ্ডলৰ দলে অব্যাহত ৰাখিছে অভিযান

বন বিষয়া দিবাকৰ দাসৰ নেতৃত্বত চলিছে অভিযান

ঘটনাস্থলীত উপস্থিত কোকোৰাঝাৰৰ পশু চিকিৎসকৰ দল

ট্ৰেংকুলাইজ কৰি হাতী পোৱালিটো উদ্ধাৰৰ চেষ্টা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.