leatest updatepoliticalঅপৰাধঅসমদৈনিক বাতৰি

পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক নিৰ্বাচনী হিংসা

নিৰ্বাচনী হিংসাত মৃতকৰ সংখ্যা সৰ্বমুঠ ২৩লৈ বৃদ্ধি

আজি পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচন। মুঠ ৯২৮খন জিলা পৰিষদত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচন। ৯ হাজাৰ ৭৩০ পঞ্চায়ত সমিতি আৰু ৬৩,২২৯খন গাঁও পঞ্চায়তৰ আসনৰ বাবে নিৰ্বাচন। ৫ কোটি ৬৭ লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।

উল্লেখ্য় যে, পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক নিৰ্বাচনী হিংসা। মুৰ্শ্বিদাবাদত TMC কৰ্মীক হত্যা। কোচবিহাৰতো TMCৰ বুথ কমিটীৰ অধ্যক্ষক হত্যা। নিৰ্বাচনী হিংসাত পুনৰ ৪জনৰ মৃত্যু। নিৰ্বাচনৰ দিন ঘোষণাৰ পাছৰে পৰা ১৯গৰাকীৰ মৃত্যু। মৃতকৰ সংখ্যা সৰ্বমুঠ ২৩লৈ বৃদ্ধি।

ঠায়ে ঠায়ে বিজেপি-কংগ্ৰেছ-TMC কৰ্মীৰ মাজত সংঘাত। নিৰ্বাচন কেন্দ্ৰৰ পৰা দুৰ্বৃত্তই কাঢ়ি লৈ গৈছে বেলট পেপাৰ। কোচবিহাৰত জ্বলাই দিলে বেলট পেপাৰ, বেলট বাকচ। ভাঙি লণ্ডভণ্ড কৰিলে ভোটগ্ৰহণ কেন্দ্ৰৰ আচৱাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.