অপৰাধঅসমঅসম আৰক্ষী

মহানগৰীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ নতুন মোৰ! আৰক্ষীৰ হাতত এটাৰ পাছত আনটো ক্লু…

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত ৫ অভিযুক্তৰ ৭ জনকৈ আত্মীয়-বন্ধুক সোমবাৰে গ্ৰেপ্তাৰ কৰে পানবজাৰ মহিলা আৰক্ষীয়ে।

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত ৫ অভিযুক্তৰ ৭ জনকৈ আত্মীয়-বন্ধুক সোমবাৰে গ্ৰেপ্তাৰ কৰে পানবজাৰ মহিলা আৰক্ষীয়ে। তাৰ ভিতৰ আছে দুগৰাকী মহিলা। ইফালে আইজুল হক (২৪), অভিজিৎ মজুমদাৰ(২৩), চাদাম হুছেইন(৩০), ফিৰোজ আলি(৪৮), আৰিফ আলি(৩৫), মিৰ্জা বেগম(৪৮), নেহা বেগম(২২)। আইজুল হক (২৪), অভিজিৎ মজুমদাৰক(২৩) তিনিদিনৰ আৰক্ষীৰ জিন্মাত ৰখা হৈছে।

৮ মার্চৰ পৰা অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্য্যন্ত আৰক্ষীয়ে অভিযুক্তৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উল্লেখযোগ্য যে, দশমশ্রেণীত অধ্যয়নৰত ছাত্ৰীৰ মোবাইলত আবদ্ধ ভিডি’অ ভাইৰেল কৰি দিয়াৰ ভাবুকি দি ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি ১০৫ নম্বৰ কোঠাত চাৰি বন্ধুৰ সৈতে মিলি প্ৰেমিকে দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল কিশোৰীগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.