অভিনয়বলিউডভাৰতমনোৰঞ্জন

পুত্ৰই দেখিলে পিতৃ-মাতৃৰ বিয়া! খ্ৰীষ্টান ৰীতি-নীতিৰ পিছত হিন্দু ৰীতি-নীতিৰে পুনৰ বাৰ বিবাহ পাশত আৱদ্ধ হ’ল হাৰ্দিক-নতাছা

বিবাহৰ তিনিবছৰৰ পিছত আকৌ এবাৰ ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হ’ল হাৰ্দিক-নতাছা

বিবাহৰ তিনিবছৰৰ পিছত আকৌ এবাৰ ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী নতাছা ষ্টেনকভিক।

পুত্ৰই দেখিলে পিতৃ-মাতৃৰ বিয়া! খ্ৰীষ্টান ৰীতি-নীতিৰ পিছত হিন্দু ৰীতি-নীতিৰে পুনৰ বাৰ বিবাহ পাশত আৱদ্ধ হ’ল হাৰ্দিক-নতাছা

উল্লেখ্য যে ৩১ মে’ ২০২০ ত ক’ভিডৰ বাবে কেৱল কৰ্ট মেৰিজ কৰিয়ে সম্পন্ন কৰিছিল যুঁটিটোৰ বিবাহ।

আৰু ২০২০ ৰ জুলাই মাহত তেওঁলোকৰ জীৱনলৈ আহিল এক পুত্ৰ সন্তান, নাম আগ্যষ্ট।

পুত্ৰই দেখিলে পিতৃ-মাতৃৰ বিয়া! খ্ৰীষ্টান ৰীতি-নীতিৰ পিছত হিন্দু ৰীতি-নীতিৰে পুনৰ বাৰ বিবাহ পাশত আৱদ্ধ হ’ল হাৰ্দিক-নতাছা

শেহতীয়াকৈ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে খ্ৰীষ্টান ধৰ্মৰ ৰীতি-নীতি অনুসৰি বিবাহ সম্পন্ন কৰে হাৰ্দিক-নতাছাই। কিয়নো জন্মসূত্ৰে নতাছা ষ্টেনকভিক হৈছে খ্ৰীষ্টিয়ান। আৰু ১৬ ফ্ৰেব্ৰুৱাৰীত হিন্দু ৰীতি-নীতিৰে উদয়পুৰত অনুষ্ঠিত কৰিলে দম্পতিটোৰ বিবাহ।

বিবাহৰ ফটো প্ৰচাৰ হোৱাৰ পিছতে অনুৰাগী সকল আনন্দিত হৈ পৰিছে।

পুত্ৰই দেখিলে পিতৃ-মাতৃৰ বিয়া! খ্ৰীষ্টান ৰীতি-নীতিৰ পিছত হিন্দু ৰীতি-নীতিৰে পুনৰ বাৰ বিবাহ পাশত আৱদ্ধ হ’ল হাৰ্দিক-নতাছা

কিছু কিছু অনুৰাগীয়ে মন্তব্য কৰিছে যে পুত্ৰ ‘আগ্যষ্টই পিতৃ-মাতৃৰ বিয়া দেখিলে’, ‘আগ্যষ্টই আৰু কেতিয়াও নুসুধে যে পিতৃ-মাতৃৰ বিয়াৰ সময়ত সি ক’ত আছিল?’।

মুঠতে ক্ৰিকেটাৰ গৰাকীৰ পুনৰ বিবাহ দেখি সকলো হৈ পৰিছে উৎফুল্লিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three − 2 =

Back to top button