অপৰাধঅসমঅসম আৰক্ষী

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ

চোৰাং চিকাৰীলৈ লক্ষ্য কৰি গুলীচালনা

◾ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ

◾ বিশ্বনাথত চোৰাং চিকাৰীলৈ লক্ষ্য কৰি গুলীচালনা

◾ গুলীবিদ্ধ চোৰাং চিকাৰী দিলোৱাৰ হুছেইন

◾ গঁড় হত্যাত জড়িত আছিল দিলোৱাৰ

◾ নিশা চোৰাং চিকাৰীৰ ঘাটি দেখুৱাবলৈ নিওতে পলায়নৰ চেষ্টা

◾ বাঁওভৰিত গুলী লাগি গুলীবিদ্ধ দিলোৱাৰ

◾ উন্নত চিকিৎসাৰ বাবে দিলোৱাৰক TMCHলৈ প্ৰেৰণ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.