অসম

নলবাৰীত পুনৰ কিশোৰী নিৰ্যাতন

৫৫ বছৰীয়া ব্যক্তিৰ দ্বাৰা পৈশাচিক কাণ্ড...

নলবাৰীত আকৌ কিশোৰী নিৰ্যাতন

আৰক্ষী বিষয়াৰ পিছত এইবাৰ বয়োজ্যেষ্ঠ নাগৰিক

৫৫ বছৰীয়া ব্যক্তিৰ দ্বাৰা পৈশাচিক কাণ্ড

এগৰাকী ৯ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন

অভিযুক্ত মাধৱ দাসক আটক আৰক্ষীৰ

সামগ্ৰী ক্ৰয়ৰ বাবে এখন দোকানলৈ গৈছিল কিশোৰীগৰাকী

কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.