leatest updateঅসমদৈনিক বাতৰি

আজিও অশান্ত, উত্তপ্ত মণিপুৰৰ পৰিস্থিতি। ৰক্তাক্ত পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ প্ৰচেষ্টা।

কেন্দ্ৰীয় নেতৃত্বই বিচাৰিছিল বীৰেন সিঙৰ পদত্যাগ।

আজিও অশান্ত, উত্তপ্ত মণিপুৰৰ পৰিস্থিতি। ৰক্তাক্ত পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ প্ৰচেষ্টা। পদত্যাগ পত্ৰসহ সাক্ষাৎ কৰিছিল ৰাজ্যপালক। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ পত্ৰ ফালিলে সমৰ্থকে।

মণিপুৰৰ ৰাজভৱনৰ সন্মুখতে ফালিলে পদত্যাগ পত্ৰ। কেন্দ্ৰীয় নেতৃত্বই বিচাৰিছিল বীৰেন সিঙৰ পদত্যাগ। পদত্যাগ সন্দৰ্ভত পৰৱৰ্তী সময়ত বীৰেন সিঙৰ টুইট। সদ্যহতে পদত্যাগ নকৰাৰ ঘোষণা মুখ্যমন্ত্ৰী সিঙৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.