![নলবাৰীত পুনৰ কিশোৰী নিৰ্যাতন নলবাৰীত পুনৰ কিশোৰী নিৰ্যাতন](https://prathamkhabartv.com/wp-content/uploads/2023/06/child-sexual-abuse-cruise-ship-lawyer-AdobeStock_170163081_0.jpg)
নলবাৰীত আকৌ কিশোৰী নিৰ্যাতন
আৰক্ষী বিষয়াৰ পিছত এইবাৰ বয়োজ্যেষ্ঠ নাগৰিক
৫৫ বছৰীয়া ব্যক্তিৰ দ্বাৰা পৈশাচিক কাণ্ড
এগৰাকী ৯ বছৰীয়া কিশোৰীক যৌন উৎপীড়ন
অভিযুক্ত মাধৱ দাসক আটক আৰক্ষীৰ
সামগ্ৰী ক্ৰয়ৰ বাবে এখন দোকানলৈ গৈছিল কিশোৰীগৰাকী
কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে