Assamleatest updateঅপৰাধঅসমদৈনিক বাতৰি

হাইলাকান্দি আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান, লালা চহৰৰ পৰা ড্ৰাগ্ছসহ গ্ৰেপ্তাৰ মাতৃ-পুত্ৰক…

হাইলাকান্দি আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান, লালা চহৰৰ পৰা ড্ৰাগ্ছসহ গ্ৰেপ্তাৰ মাতৃ-পুত্ৰক...

হাইলাকান্দি আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান

লালা চহৰৰ পৰা ড্ৰাগ্ছসহ গ্ৰেপ্তাৰ মাতৃ-পুত্ৰক

অভিযানত জব্দ ড্ৰাগ্ছসহ নগদ ধন খালী কণ্টেইনাৰ

গ্ৰেপ্তাৰ চামেলি দে’ আৰু পুত্ৰ নন্দু দে’ক

দীৰ্ঘদিনে মাতৃ-পুত্ৰই ড্ৰাগ্ছৰ বেহা চলোৱাৰ অভিযোগ

অধিক তথ্যৰ বাবে দুয়োকে জেৰা আৰক্ষীৰ

হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অৰ্ন্তগত লালা চহৰৰ চেন্ট্ৰল ৰোডৰ চামেলি দে@ নামৰ এগৰাকী মহিলাৰ ঘৰত হাইলাকান্দি জিলাৰ উপ-আৰক্ষী অধীক্ষক সুৰজিৎ চৌধুৰীৰ নেতৃত্বত লালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম পি দাওলাগাফোৰ বিশাল আৰক্ষী বাহিনী দলে এক অভিযান চলায়। অভিযানত জব্দ হৈছে ৭ গ্ৰাম ড্ৰাগসসহ নগদ ৯১০০ টকা। লগতে ১১টা কালি কনট্ৰেইনাৰ আৰু ২৬ টা সিৰিঞ্জো জব্দ কৰে অভিযানকাৰী আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + two =

Back to top button