অৰ্থনৈতিকঅসমগুৱাহাটীজীৱনশৈলীদৈনিক বাতৰিভাৰত

জীৱন জীৱন বৰ অনুপম! এজন দুৰ্ভগীয়া লোকৰ জীৱন কাহিনী… এখন বিশেষ ভঙা গাড়ীয়ে তেওঁৰ বাসস্থান…

দিনৰ দিনটো খুজি-মাগি আহি নিশা এই গাড়ীখনতে ভাগৰুৱা শৰীৰটোক বিশ্ৰাম কৰিবলৈ এৰি দিয়ে ৰুবুলে।

এয়া নগাঁও চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৰুগুৰি চাৰিআলিৰ দৃশ্য।

সদাব্যস্ত এই পথৰে চহৰখনলৈ প্ৰতি পল অহা যোৱা কৰে হাজাৰ হাজাৰ লোক।

কিন্তু সকলোৱে প্ৰতিদিনে দেখি থকা এই গছ জোপাৰ তলৰ বিশেষ গাড়ীখনলৈ মন কৰক।

এই বিশেষ বাহনখনতে ৰুবুল নামৰ লোকজনে জীৱন নিৰ্বাহ কৰে।

দিনৰ দিনটো খুজি-মাগি আহি নিশা এই গাড়ীখনতে ভাগৰুৱা শৰীৰটোক বিশ্ৰাম কৰিবলৈ এৰি দিয়ে ৰুবুলে।

কিন্তু আজিৰ পৰা কেইটামান বছৰৰ আগলৈকে ৰুবুলৰ আছিল এখন সুখৰ সংসাৰ।

পত্নী আৰু দুটি কণমানিৰ সৈতে সুখ স্বাচ্ছন্দ্যৰে পৰিপূৰ্ণ সংসাৰখনলৈ হঠাৎ নামি আহিল অমানিশা।

এটা দুৰ্ঘটনাত বাওভৰি আঘাটপ্ৰাপ্ত হোৱা ৰুবুলে এটি এটিকৈ সকলো হেৰুৱাই আজি পথৰ ভিক্ষাৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.