অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

CIDৰ কাৰ্যালয়ত জোনমণি ৰাভাৰ মাতৃ, ‘আৰক্ষীৰ লোক জড়িতৰ বাবে উচিত তদন্ত হোৱা নাই’ : জোনমণিৰ মাতৃ

CIDৰ কাৰ্যালয়ত জোনমণি ৰাভাৰ মাতৃ

CID কাৰ্যালয়ত SI আভাজ্যোতি ৰাভা, ৰূপজ্যোতি কলিতা

দুয়োৰে মুখামুখি কৰোৱা হয় জোনমণিৰ মাতৃক

জোনমণিৰ মৃত্যুৰে সাঙোৰ খাইছিল ২ বিষয়াৰ নাম

জোনমণিৰ মাতৃয়ে আনিছিল অভিযোগ

এজাহাৰতো উল্লেখ কৰিছিল দুই বিষয়াৰ নাম

‘চৰকাৰ-আৰক্ষীৰ প্ৰতি হেৰুৱাইছো আস্থা’

সংবাদ মাধ্যমত জোনমণিৰ মাতৃৰ মন্তব্য

‘আৰক্ষীৰ লোক জড়িতৰ বাবে উচিত তদন্ত হোৱা নাই’

আভাজ্যোতি-ৰূপজ্যোতিক CIDৰ জেৰা

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.