অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

CIDৰ কাৰ্যালয়ত জোনমণি ৰাভাৰ মাতৃ, ‘আৰক্ষীৰ লোক জড়িতৰ বাবে উচিত তদন্ত হোৱা নাই’ : জোনমণিৰ মাতৃ

CIDৰ কাৰ্যালয়ত জোনমণি ৰাভাৰ মাতৃ

CID কাৰ্যালয়ত SI আভাজ্যোতি ৰাভা, ৰূপজ্যোতি কলিতা

দুয়োৰে মুখামুখি কৰোৱা হয় জোনমণিৰ মাতৃক

জোনমণিৰ মৃত্যুৰে সাঙোৰ খাইছিল ২ বিষয়াৰ নাম

জোনমণিৰ মাতৃয়ে আনিছিল অভিযোগ

এজাহাৰতো উল্লেখ কৰিছিল দুই বিষয়াৰ নাম

‘চৰকাৰ-আৰক্ষীৰ প্ৰতি হেৰুৱাইছো আস্থা’

সংবাদ মাধ্যমত জোনমণিৰ মাতৃৰ মন্তব্য

‘আৰক্ষীৰ লোক জড়িতৰ বাবে উচিত তদন্ত হোৱা নাই’

আভাজ্যোতি-ৰূপজ্যোতিক CIDৰ জেৰা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 1 =

Back to top button