অসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰত

ৰোগীৰ বাবে ভাল খবৰ! গুৱাহাটী মেট্ৰ’ হাস্পতালত উপলব্ধ অত্যাধুনিক প্ৰক্ৰিয়া। বিশেষ জানো আহক

গুৱাহাটী মেট্ৰ' হাস্পতালত প্ৰথমবাৰৰ বাবে লিভাৰ কেন্সাৰৰ বাবে মাইক্ৰৱেভ এবলেচন (MWA)কৰা হৈছে। কেৱল এয়াই নহয় যকৃতৰ কেন্সাৰ (hepatocellular carcinoma)ৰ বাবেও উপলব্ধ বহুতো বিকল্প চিকিৎসা।

গুৱাহাটী মেট্ৰ’ হাস্পতালত প্ৰথমবাৰৰ বাবে লিভাৰ কেন্সাৰৰ মাইক্ৰৱেভ এবলেচন(MWA)উপলব্ধ কৰা হৈছে। কেৱল এয়াই নহয় যকৃতৰ কেন্সাৰ (hepatocellular carcinoma)ৰ বাবেও উপলব্ধ বহুতো বিকল্প চিকিৎসা। গুৱাহাটী মেট্ৰ’ হাস্পতালত প্ৰাৰম্ভিক পৰ্যায়ৰ টিউমাৰৰ সহায়ত অস্ত্ৰোপচাৰ নকৰাকৈও ৰেডিঅ’ফ্ৰিকুৱেন্সি এবলেচন (RFA)বা মাইক্ৰৱেভ এবলেচন (MWA)ৰ সহায়তInterventional Radiologist ৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। আল্ট্ৰাছাউণ্ড বা চিটিৰ নিৰ্দেশনাত টিউমাৰৰ ভিতৰত তাপ সৃষ্টি কৰিবলৈ এন্টেনা স্থাপন কৰা হয় যাতে টিউমাৰৰ ভিতৰত তাপ উৎপন্ন হয় যাতে টিউমাৰ জ্বলি যোৱাত সহায় হয়।

অন্যান্য বিকল্প চিকিৎসা যেনে- TACE (Transarterial Chemo Embolization) ইয়াত উপলব্ধ য’ত গ্ৰ’ইন (groin) পাংচাৰ কৰে আৰু এটা কেথেটাৰ থাকে আৰু ইয়াক টিউমাৰলৈকে পাছ কৰা হয় আৰু কেমো পোনপটীয়াকৈ টিউমাৰৰ ভিতৰত প্ৰদান কৰা হয়। হাস্পতাল খনত অন্যান্য ননভেছকুলাৰ ইন্টাৰভেনচনেল প্ৰক্ৰিয়াও কৰি আছে যেনে বায়’প্সি, ড্ৰেনেজ আদি আৰু এঞ্জিও এম্ব’লাইজেচনৰ দৰে ভেছকুলাৰ পদ্ধতিৰ দ্বাৰা জৰুৰীকালীন অৱস্থাত ৰক্তক্ষৰণ বন্ধ কৰোৱাৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে। গুৱাহাটী মেট্ৰ হাস্পতালে পিত্তথলীৰ কৰ্কট ৰোগত জণ্ডিচৰ পৰা সকাহ পোৱাৰ বাবে পাৰকিউটেনিয়াছ বিলিয়াৰী ড্ৰেনেজ আৰু ষ্টেণ্টো (biliary drainage and stent)স্থাপন কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.