অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

যিকোনো মুহূৰ্ততে পানী এৰিব পাৰে নীপকোৱে, গোলাঘাট জিলা প্ৰশাসনলৈ সতৰ্কতামূলক জাননী

যিকোনো মুহূৰ্ততে পানী এৰিব পাৰে নীপকোৱে

গোলাঘাট জিলা প্ৰশাসনলৈ সতৰ্কতামূলক জাননী

সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ আহ্বান নীপকো কৰ্তৃপক্ষৰ

বিপদ সীমাৰ দিশে গতি কৰিছে দৈয়াং প্ৰকল্পৰ পানী

বৃদ্ধি পাইছে দৈয়াং, ধনশ্ৰী নদীৰ জলপৃষ্ঠ

সংৰক্ষিত পানী ৩২১ মিটাৰ অতিক্ৰম কৰিলেই মুকলি কৰিব পানী

বৰ্তমান প্ৰকল্পটোত ৩১৯.৭০ মিটাৰ পানী সংৰক্ষিত

বিপদ সীমাৰ বৃদ্ধিক লৈ সষ্টম নীপকো কৰ্তৃপক্ষ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.