অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসম আৰক্ষীলৈ সুখবৰ! কেন্দ্ৰৰ সঞ্চালকপ্ৰধানৰ ৰেংক DGP জি পি সিঙলৈ

অসম আৰক্ষীলৈ সুখবৰ

DGP জি পি সিঙৰ পদোন্নতি

কেন্দ্ৰৰ সঞ্চালকপ্ৰধানৰ ৰেংক জি পি সিঙলৈ

মোদী কেবিনেটে মঞ্জুৰ কৰিলে পদোন্নতি

উত্তৰ-পূবৰ জ্যেষ্ঠতম IPS বিষয়া জি পি সিং

১৯৯১বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়া জি পি সিং

কেন্দ্ৰীয় এজেন্সি SPG আৰু NIA তো কৰ্মৰত আছিল এইগৰাকী শীৰ্ষ আৰক্ষী বিষয়া। বিগত ‘কা’ আন্দোলনৰ সময়ত কেন্দ্ৰীয় ডেপুটেচনত থকা বিষয়াগৰাকীক অসমলৈ পুনৰ ওভতাই আনিছিল ৰাজ্য চৰকাৰে। এতিয়াৰে পৰা DGP জি পি সিঙৰ পদমৰ্য্যাদা দেশৰ কেন্দ্ৰীয় বাহিনীসমূহৰ সঞ্চালক প্ৰধানৰ সমতুল্য হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.