Internationalleatest updateSocial

JIO, AIRTEL এৰি BSNLমুখী বহু গ্ৰাহক!

পুনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি BSNLৰ।

বিলাসী হ’ল এসময়ৰ বিনামূলীয়া JIO ৰিচাৰ্জ। গ্ৰাহকক ৰাম ঠগন JIOৰ। ম’বাইল ৰিচাৰ্জৰ নামত গ্ৰাহকক মাধমাৰ। JIOৰ বৰ্ধিত মূল্যই তৌবা-তৌবা দেখুৱাইছে সৰ্বসাধাৰণক।

বৰ্তমান JIOৰ ৰিচাৰ্জৰ মূল্য হ’ল-
JIO ২৮ দিনৰ ১৫৫টকা প্লেনৰ মূল্য হ’লগৈ ১৮৯ টকা। ২৮ দিনৰ ২৩৯ টকাৰ প্লেনৰ মূল্য হ’লগৈ ২৯৯ টকা। ৫৬ দিনৰ ৪৭৯ৰ প্লেনৰ মূল্য হ’লগৈ ৫৭৯ টকা। JIOৰ সমান্তৰালকৈ এয়াৰটেল, VIৰো বাঢ়িল ৰিচাৰ্জৰ দাম। ১১ শতাংশৰ পৰা ২১ শতাংশলৈ বৃদ্ধি হ’ল এয়াৰটেলৰ ৰিচাৰ্জ। বছেৰেকীয়া প্লেন,ডাটা সকলোতে বৃদ্ধি হ’ল নিৰিখ।

৫৬ দিনৰ ৪৭৯ টকাৰ প্লেনৰ মূল্য হ’লগৈ ৫৭৯ টকা। ১৯ টকাৰ এদিনৰ ডাটা পেক হ’লগৈ ২২ টকা। JIO, AIRTEL এৰি BSNLমুখী হৈছে বহু গ্ৰাহক। পুনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি BSNLৰ। BSNLৰ প্ৰতি ধাৱমান হৈছে বহু গ্ৰাহক। পঞ্জাৱত ৮ লাখলৈ বৃদ্ধি BSNLৰ গ্ৰাহক। BSNLএ দেশত নতুনকৈ স্থাপন কৰিছে ১০ হাজাৰ টাৱাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.