অসম

ভাইৰেল ফটো: জেচিবিত উঠি কৰ্মস্থলীলৈ ৰাওনা আশাকৰ্মী…

যাতায়াতৰ সুচল ব্যৱস্থা নথকাত এগৰাকী আশা কৰ্মীয়ে এইদৰে জেচিবিৰ সন্মুখভাগত উঠি নিজৰ কৰ্মস্থলীলৈ গৈ দায়িত্ব পালন কৰিছে।

এখন ভাইৰেল ফটো। ছ’চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। জেচিবিত উঠি ৰাস্তাৰ মাজত এগৰাকী আশাকৰ্মী।

 

নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৰ বিহুবৰৰ দৃশ্য এয়া। শিমলুগুৰি-বিহুবৰ সংযোগী ৰমণী আলি পথৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ সুচল ব্যৱস্থা নথকাত এগৰাকী আশা কৰ্মীয়ে এইদৰে জেচিবিৰ সন্মুখভাগত উঠি নিজৰ কৰ্মস্থলীলৈ গৈ দায়িত্ব পালন কৰিছে।

 

এইদৰে অতি কষ্টৰে কৰ্মস্থলীলৈ যোৱা আশা কৰ্মীগৰাকীৰ নাম হৈছে অৰুণা গগৈ। ৰাস্তা-ঘাটৰ শোচনীয় অৱস্থাৰ বাবে আশা কৰ্মীগৰাকীয়ে জেচিবিৰ বাকেটত উঠি কৰ্মস্থলীলৈ ৰাওনা হৈছে। ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে স্বাভাৱিকতে এই ফটোখনে ভাবুক কৰি তুলিছে সচেতন মহলক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.