Socialঅসমআঞ্চলিক

এটা Mobile Towerৰ বাবে বিপদত এখন ঘৰ! আশ্ৰয় ল’ব লগীয়া হয় অন্য লোকৰ ঘৰত, কিন্তু কিয়?

এটা মৃত প্ৰায় mobile Tower Mobile! Towerটোৱে শংকিত কৰি তুলিছে Towerটোৰ গৰাকী আৰু ইয়াৰ দাঁতি কাষৰীয়া ঘৰ সমূহক

Mobile Towerৰে বিপদত পেলাইছে এখন ঘৰক!

প্ৰচণ্ড বতাহ বৰষুণ আহিলেই নিশাটো আশ্ৰয় ল’ব লগীয়া হয় অন্য লোকৰ ঘৰত।।

এটা মৃত প্ৰায় mobile Tower Mobile! Towerটোৱে শংকিত কৰি তুলিছে Towerটোৰ গৰাকী আৰু ইয়াৰ দাঁতি কাষৰীয়া ঘৰ সমূহক। প্ৰচণ্ড বতাহ, বৰষুণ ,মেঘৰ গাজনী আহিলেই শংকিত হৈ পৰে ডুমডুমাৰ ভটিয়াম খাল গাৱঁৰ Towerটোৰ গৰাকী ললিন মৰাণ আৰু দাঁতি কাষৰীয়া ঘৰ সমূহ৷

কাৰণ mobile Towerটোৰ সৈতে বজ্ৰপাত ৰোধৰ আৰ্থিনসহ Towerটোত সংযোগ নাই অনান্য প্ৰয়োজনীয় যন্ত্ৰপাতি।

বতাহ, বৰষুণ, মেঘৰ গাজনী শুনিলেই পেটত হাত ভৰি লুকাই towerটোৰ গৰাকীৰ। বতৰ বেয়া আহিলেই ঘৰত ৰাতি শুৱ নোৱাৰি অন্য লোকৰ ঘৰত আশ্ৰয় লয়গৈ Toweটোৰ গৰাকীসহ পৰিয়ালবৰ্গ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.