অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
অগ্নিবীৰলৈ ভাল খবৰ ! ২৫ নহয়, চাকৰি নিয়মীয়া হ’ব ৫০% অগ্নিবীৰৰ
![অগ্নিবীৰলৈ ভাল খবৰ ! ২৫ নহয়, চাকৰি নিয়মীয়া হ’ব ৫০% অগ্নিবীৰৰ অগ্নিবীৰলৈ ভাল খবৰ ! ২৫ নহয়, চাকৰি নিয়মীয়া হ’ব ৫০% অগ্নিবীৰৰ](https://prathamkhabartv.com/wp-content/uploads/2023/07/WhatsApp-Image-2023-07-10-at-3.49.45-PM-780x470.jpeg)
অগ্নিবীৰলৈ ভাল খবৰ !
২৫ নহয়, চাকৰি নিয়মীয়া হ’ব ৫০% অগ্নিবীৰৰ
বয়সৰ ক্ষেত্ৰতো পাব বিশেষ ৰেহাই
বয়সৰ উচ্চতম সীমা বৃদ্ধি কৰাৰ পৰিকল্পনা চৰকাৰৰ
২৩ বছৰীয়াও যোগদান কৰিব পাৰিব অগ্নিবীৰত