অসমআঞ্চলিকদৈনিক বাতৰি

আজি শোণিতপুৰ জিলা দিৱস, ১৯৮৩ চনৰ আজিৰ দিনটোত গঠন হৈছিল জিলাখন

আজি শোণিতপুৰ জিলা দিৱস, ১৯৮৩ চনৰ আজিৰ দিনটোত গঠন হৈছিল জিলাখন

আজি শোণিতপুৰ জিলা দিৱস

১৯৮৩ চনৰ আজিৰ দিনটোত গঠন হৈছিল জিলাখন

দিনজোৰা কাৰ্যসূচীৰে পালন শোণিতপুৰ জিলা দিৱস

চাইকেল ৰেলীৰে আৰম্ভ জিলা দিৱসৰ কাৰ্যসূচী

বিধায়ক কৃষ্ণকমল তাঁতীয়ে শুভাৰম্ভ কৰে ৰেলীৰ

উপস্থিত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা

চাইকেল ৰেলীত অংশগ্ৰহণ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ

ৰেলীত অংশগ্ৰহণ জিলাখনৰ বিভিন্ন স্কুল-কলেজৰ শিক্ষাৰ্থীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.