অসমআমেৰিকাদৈনিক বাতৰিবিশ্বভাৰত

তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰীয় অতিথি হিচাপে আমেৰিকালৈ যোৱা প্ৰধানমন্ত্ৰীয়ে লাভ কৰিছে প্ৰেচিডেণ্ট বাইডেন পৰিয়ালৰ বিশেষ আতিথ্য। আজি ৰাষ্ট্ৰসংঘ সচিবালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰতিৰক্ষা আৰু প্ৰযুক্তি সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে। ২২ জুনত প্ৰধানমন্ত্ৰী মোদীক হোৱাইট হাউছত টোপধ্বনিৰ মাজেৰে জনোৱা হ’ব বিশেষ আদৰণি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.