অসমদৈনিক বাতৰি

নাৰায়ণপুৰৰ নিদানচোৱাত ৰাইজৰ উত্তাল প্ৰতিবাদ, ভগ্ন পথ, দলং, মথাউৰিয়ে জ্বলাকলাই খুৱাইছে ৰাইজক…

নাৰায়ণপুৰৰ নিদানচোৱাত ৰাইজৰ উত্তাল প্ৰতিবাদ, ভগ্ন পথ, দলং, মথাউৰিয়ে জ্বলাকলাই খুৱাইছে ৰাইজক...

নাৰায়ণপুৰৰ নিদানচোৱাত ৰাইজৰ উত্তাল প্ৰতিবাদ। ভগ্ন পথ, দলং, মথাউৰিয়ে জ্বলাকলাই খুৱাইছে ৰাইজক। নিদানচোৱা-খলিহামাৰী সংযোগী পথৰ দুৰৱস্থা। এজাক বৰষুণতে বিধ্বস্ত পথৰ একাংশ। পথ মেৰামতিৰ দাবীত ওলাই আহিল শ শ ৰাইজ। পিছলা নৈত বাঁহৰ সাকোৰে বিপদসংকুল যাতায়াত। বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ।

সচেতন যুৱ উন্নয়ন মঞ্চৰ ৰাজ্যিক সমিতিৰ উদ্যোগত ৰাইজে আমাৰ পথ নিৰ্মাণ কৰক, দলং নিৰ্মাণ কৰক, ৰাইজৰ সমস্যা সমাধান কৰক, নিদানচোৱা ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰক, পিছলা নদীৰ মাথাউৰি নিৰ্মাণ কৰক, দূৰ্নীতি বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.