অসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোপোলাস্বৰূপ, নিৰ্মাণ হ’ল কিন্তু উদ্বোধন নহ’ল পলাশবাৰীৰ জীয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোপোলাস্বৰূপ

নিৰ্মাণ হ’ল, কিন্তু নহ’ল উদ্বোধন

চিকিৎসাৰ পৰা বঞ্চিত পলাশবাৰীবাসী

পলাশবাৰী সমষ্টিৰ দক্ষিণ সৰু বংশৰ মৌজাৰ জনসাধাৰণৰ অতিকৈ প্ৰয়োজনীয় জীয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়। যদিও চিকিৎসালয় খনত স্থাপিত ২০২১ লিখা আছে কিন্তু আজিলৈকে মুকলি নহল এইখন চিকিৎসালয়খন। কেইবাবাৰো তাৰিখ ঘোষনা হ’ল কিন্তু অজ্ঞাত কাৰণত ৰৈ যায় মুকলি অনুষ্ঠান। যাৰ বাবে কেৱল গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে চিকিৎসালয়খনৰ চৌহদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.