অসমদৈনিক বাতৰিভাৰত
হিমাচল প্ৰদেশত প্ৰকৃতিৰ ধ্বংসলীলা, বান-খহনীয়াত তচনচ হিমাচল
হিমাচল প্ৰদেশত প্ৰকৃতিৰ ধ্বংসলীলা, বান-খহনীয়াত তচনচ হিমাচল
![হিমাচল প্ৰদেশত প্ৰকৃতিৰ ধ্বংসলীলা, বান-খহনীয়াত তচনচ হিমাচল হিমাচল প্ৰদেশত প্ৰকৃতিৰ ধ্বংসলীলা, বান-খহনীয়াত তচনচ হিমাচল](https://prathamkhabartv.com/wp-content/uploads/2023/07/WhatsApp-Image-2023-07-10-at-2.28.39-PM-780x470.jpeg)
হিমাচল প্ৰদেশত প্ৰকৃতিৰ ধ্বংসলীলা
বান-খহনীয়াত তচনচ হিমাচল
তাছপাতৰ দৰে খহিছে ঘৰ, উটুৱাই নিছে দলং-বাহন
ব্যাস নদীৰ জলপৃষ্ঠ বৃদ্ধিয়ে ভাবুকি কঢ়িয়াইছে হিমাচললৈ
ভয়াৱহ বানত দেওবাৰে মৃত্যু ১৯জন লোকৰ
ভূমিস্খলনৰ ফলত ঘৰ-দুৱাৰ, ৰাস্তা-ঘাটৰ বিস্তৰ ক্ষতি
বানত উটি গ’ল শতবছৰ পুৰণি দলং
ৰাজ্যখনত জাৰি কৰা হৈছে ৰেড এলাৰ্ট