অসমআঞ্চলিকজীৱনশৈলীদৈনিক বাতৰি

দ্বিতীয় বৈকুণ্ঠত পৰিণত হ’ব ওলাইছে বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ

লাখ লাখ ভকতক আদৰিবলৈ সাজু নাহৰকটীয়াবাসী

হৰি নামেৰে মুখৰিত বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। লাখ লাখ ভকতক আদৰিবলৈ সাজু নাহৰকটীয়াবাসী।

২৫ তাৰিখৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। অধিবেশনৰ লগত সংগতি ৰাখি কাইলৈৰ পৰাই অনুষ্ঠিত হ’ব বাণিজ্য আৰু গ্ৰন্থ মেলা। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহিবলগীয়া আৰু সৰ্বমুঠ ৬২৮ খন বিপনী থাকিব লগীয়া এই মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

একেদৰে মূল তোৰণ, মূল মঞ্চ আৰু মণ্ডপ, ধর্মধজ্জা উত্তোলন স্থলী, বিশেষ প্ৰতিনিধি শিবিৰ, চিকিৎসা শিবিৰ, ভোজনালয় আৰু ভোজনালয় অভ্যৰ্থনা কক্ষ আদিৰ নিৰ্মান কাৰ্য প্ৰায় সম্পূৰ্ণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.