অসমৰাজনৈতিক

বিজেপিলৈ গৈ মুখথেকেচা ৰূপজ্যোতি কুৰ্মীৰ!

আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত মুথ থেকেচা খাবলগীয়া হ’ল বিজেপি বিধায়ক ৰূপজ্যোতিয়ে।

বিজেপিলৈ গৈ মুখথেকেচা খালে ৰূপজ্যোতি কুৰ্মীয়ে।

বিতৰ্কিত মন্তব্য আৰু বিৰোধী দলক কৰা অৰুচিকৰ ভাষাৰ আক্ৰমণৰ ফলত প্ৰায়ে সংবাদ শিৰোনাম দখল কৰিছিল বিধায়কগৰাকীয়ে। আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত মুথ থেকেচা খাবলগীয়া হ’ল বিজেপি বিধায়ক ৰূপজ্যোতিয়ে।

মৰিয়নিত বিজেপিক ধূলিসাৎ কৰি ১০টা ৱাৰ্ডৰ ভিতৰত ৮টাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে হ’ল জয়ী। মৰিয়নিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক অলক ঘোষৰ ঘনিষ্ঠৰূপে পৰিচিত বহুকেইজন প্ৰাক্তন বিজেপি কৰ্মীয়ে নিৰ্দলীয়ৰূপে অবতীৰ্ণ হৈ বিজয় লাভ কৰিবলৈ সক্ষম হয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.