অপৰাধজম্মু-কাশ্মীৰদুৰ্ঘটনা

জম্মু-কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ! থিতাতে নিহত এজন

সংবাদ সংস্থা এ এন আইৰ বাতৰি অনুসৰি বুধবাৰে আবেলি জম্মু-কাশ্মীৰৰ উধমপুৰ চহৰৰ জিলা আদালত চৌহদৰ বাহিৰত সংঘটিত বিস্ফোৰণত কমেও এজন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।

জম্মু-কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ।

সংবাদ সংস্থা এ এন আইৰ বাতৰি অনুসৰি বুধবাৰে আবেলি জম্মু-কাশ্মীৰৰ উধমপুৰ চহৰৰ জিলা আদালত চৌহদৰ বাহিৰত সংঘটিত বিস্ফোৰণত কমেও এজন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।

বিস্ফোৰণটো দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

13 − nine =

Back to top button