অপৰাধজম্মু-কাশ্মীৰদুৰ্ঘটনা

জম্মু-কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ! থিতাতে নিহত এজন

সংবাদ সংস্থা এ এন আইৰ বাতৰি অনুসৰি বুধবাৰে আবেলি জম্মু-কাশ্মীৰৰ উধমপুৰ চহৰৰ জিলা আদালত চৌহদৰ বাহিৰত সংঘটিত বিস্ফোৰণত কমেও এজন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।

জম্মু-কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ।

সংবাদ সংস্থা এ এন আইৰ বাতৰি অনুসৰি বুধবাৰে আবেলি জম্মু-কাশ্মীৰৰ উধমপুৰ চহৰৰ জিলা আদালত চৌহদৰ বাহিৰত সংঘটিত বিস্ফোৰণত কমেও এজন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।

বিস্ফোৰণটো দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 14 =

Back to top button