Internationalleatest updatenational

মুকেশ আম্বানীক ধন দাবী কৰি আৰক্ষীৰ জালত দুই যুৱক

ই-মেইলযোগে দন দাবী কৰিছিল দুৰ্বৃত্তই

প্ৰসংগঃ উদ্যোগপতি মুকেশ আম্বানীক ধন দাবী
ধন দাবী কৰি আৰক্ষীৰ জালত দুই যুৱক
তেলেংগানা, গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে
গ্ৰেপ্তাৰ ১৯ বছৰীয়া গণেশ ৰমেশ ভানপৰ্ধি
গ্ৰেপ্তাৰ ২১ বছৰীয়া ৰাজবীৰ খাণ্ট
কিছুদিন পূৰ্বে মেইলযোগে ধন দাবী কৰিছিল দুৰ্বৃত্তই
ধন নিদিলে হত্যাৰ ভাবুকিও দিছিল প্ৰখ্যাত উদ্যোগপতিজনক
প্ৰথমে ২০ কোটি টকা দাবী কৰিছিল দুৰ্বৃত্তই
পুনৰ ৪০০ কোটি টকা দাবী কৰিছিল ই-মেইলযোগে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.