AssamCMO AssamHimanta Biswa Sarmaleatest updatePMo indiapoliticalSocial

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত MoU স্বাক্ষৰ অনুষ্ঠান

বৃহৎ ঔদ্যোগিক প্ৰকল্প স্থাপনৰ লক্ষ্যৰে MoU

জনতা ভৱনত আজি MoU স্বাক্ষৰ অনুষ্ঠান

মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ অনুষ্ঠান

বৃহৎ ঔদ্যোগিক প্ৰকল্প স্থাপনৰ লক্ষ্যৰে MoU

উপস্থিত উদ্যোগ-বাণিজ্য বিভাগৰ শীৰ্ষ বিষয়া

উপস্থিত মন্ত্ৰী বিমল বৰা, জয়ন্ত মল্লবৰুৱা

MoU অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত হ’ব নতুন উদ্যোগ

৬টা প্ৰতিষ্ঠানৰে স্বাক্ষৰিত বুজাবুজি চুক্তি

২০১৯ৰ উদ্যোগিক নীতি অনুসৰি লাভ কৰিব ৰাজসাহায্য

এই চুক্তি অনুসৰি ২ হাজাৰ কোটি টকা ব্যয় কৰিব মেছাৰ্চ কেশৰ পেট্ৰ’প্ৰডাক্ট লিমিটেডে। LS প্ৰডাক্ট লিমিটেডে ব্যয় কৰিব ১২৯ কোটি টকা। SBL বিস্কুট কোম্পানীয়ে বিনিয়োগ কৰিব ১৩৯.১৪ কোটি টকা। উমৰাংছ’ চিমেণ্টে বিনিয়োগ কৰিব ২৮৫ কোটি টকা। SB লিমিটেডে বিনিয়োগ কৰিব ১৫১ কোটি টকা আৰু JFB লিমিটেডে বিনিয়োগ কৰিব ৪১০ কোটি টকা।  ইয়াৰোপৰি ছাৰাফ গ্ৰুপ অৱ হোটেলছে ATDCৰে কৰা স্বাক্ষৰ অনুসৰি কাজিৰঙাত স্থাপন হ’ব অত্যাধুনিক হোটেল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.