অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকৰাষ্ট্ৰীয় সুৰক্ষা
টিহুৰ ভোজকুছিত বানবিধ্বস্ত ১৫০ৰো অধিক পৰিয়াল, বান কমিলেও হাহাকাৰ আঁতৰা নাই বন্যাৰ্তৰ
![টিহুৰ ভোজকুছিত বানবিধ্বস্ত ১৫০ৰো অধিক পৰিয়াল, বান কমিলেও হাহাকাৰ আঁতৰা নাই বন্যাৰ্তৰ টিহুৰ ভোজকুছিত বানবিধ্বস্ত ১৫০ৰো অধিক পৰিয়াল, বান কমিলেও হাহাকাৰ আঁতৰা নাই বন্যাৰ্তৰ](https://prathamkhabartv.com/wp-content/uploads/2023/07/Barama-flood-relief-780x470.jpg)
টিহুৰ ভোজকুছিত বানবিধ্বস্ত ১৫০ৰো অধিক পৰিয়াল
বান কমিলেও হাহাকাৰ আঁতৰা নাই বন্যাৰ্তৰ
এতিয়াও আশ্ৰয় শিবিৰতে বহু পৰিয়াল
ভোজকুছি গাঁওবাসীৰ কাষত অসম আৰক্ষীৰ দল
১৫০ পৰিয়ালক বান সাহায্য অসম আৰক্ষী সীমান্ত শাখাৰ
বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী, আঁঠুৱা বিতৰণ
উপস্থিত কেইবাজনো শীৰ্ষ বিষয়া