অপৰাধঅসম

সাংবাদিকক আক্ৰমণ কৰিলে মেনিন মেডিচিন চেণ্টাৰ স্বত্বাধিকাৰীয়ে

ফুটেজ সংগ্ৰহ কৰি থাকোতেই নগাঁৱৰ ডিজিটেল মাধ্যমৰ সাংবাদিক পৰীস্মিতা শইকীয়া আৰু কুন্দন ভৰাঁলীক নগাঁৱৰ ফৌজদাৰীপট্টিৰ মছজিদৰ সন্মুখত অৱস্থিত মেনিন মেডিচিন চেণ্টাৰৰ স্বত্বাধিকাৰে বাঁহেৰে আক্ৰমণ কৰে

নগাঁৱত সাংবাদিকক আক্ৰমণ কৰিলে মেনিন মেডিচিন চেণ্টাৰ স্বত্বাধিকাৰীয়ে৷

নগাঁও বীৰলাচিত সেনাৰ সভাপতি ৰূপজ্যোতি শইকীয়াক অশ্লীল গালি গালাজ কৰি থকাৰ ফুটেজ সংগ্ৰহ কৰি থাকোতেই নগাঁৱৰ ডিজিটেল মাধ্যমৰ সাংবাদিক পৰীস্মিতা শইকীয়া আৰু কুন্দন ভৰাঁলীক নগাঁৱৰ ফৌজদাৰীপট্টিৰ মছজিদৰ সন্মুখত অৱস্থিত মেনিন মেডিচিন চেণ্টাৰৰ স্বত্বাধিকাৰে বাঁহেৰে আক্ৰমণ কৰে আৰু লগতে পৰীস্মিতা শইকীয়াৰ মোবাইল ফোনটোও ভাগি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে সাংবাদিক দুজনে মেনিন মেডিচিন চেন্টাৰৰ স্বত্বাধিকাৰীগৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.