অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

গুৱাহাটীৰ চন্দ্ৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল মালভৰ্তি ট্ৰাক

গুৱাহাটীৰ চন্দ্ৰপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল মালভৰ্তি ট্ৰাক

দুৰ্ঘটনাত থিতাতে নিহত ট্ৰাকচালক

ট্ৰাকৰ পৰা জঁপিওৱাৰ চেষ্টা কৰোঁতে মৃত্যু

চন্দ্ৰপুৰৰ পৰা পানবাৰী অভিমুখী আছিল ট্ৰাকখন

জানিব পৰা হোৱা নাই মৃত চালকজনৰ পৰিচয়

ঘটনাস্থলীত উপস্থিত প্ৰাগজ্যোতিষপুৰ আৰক্ষী

উল্লেখ্য যে চন্দ্ৰপুৰ-ডিগাৰু পথৰ ঠাকুৰকুচিত কেঁকুৰী এটা অতিক্ৰম কৰিব বিচৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে গৰুৰ দানাভৰ্তি AS01EC 8924 নম্বৰ ট্ৰাকখন।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.