অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে ৰঙিয়াৰ উদিয়ানা, এগৰাকী কিশোৰৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে ড্ৰাগছ ভৰ্তি এটা কন্টেইনাৰ

ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে ৰঙিয়াৰ উদিয়ানা।

এইবাৰ এগৰাকী কিশোৰৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে ড্ৰাগছ ভৰ্তি এটা কন্টেইনাৰ।

তাৰ পিছতে উত্তপ্ত হৈ পৰিল উদিয়ানা অঞ্চল।

শ শ লোক উপস্থিত হৈ জৱাবদিহি কৰে কিশোৰজনক।

ৰাইজৰ ৰুদ্ৰমুৰ্তি দেখি ড্ৰাগছ আসক্ত কিশোৰে স্বীকাৰ কৰিলে ড্ৰাগছ সেৱনৰ কথা।

এজন ড্ৰাগছ সৰবৰাহকাৰীৰ ড্ৰাগছখিনি ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিলে কিশোৰটিয়ে।

ৰাইজে খেদি খেদি আটক কৰে ড্ৰাগছ আসক্ত যুৱকজনক।

ঘটনাস্থলীত আৰক্ষী উপস্থিত আটক কৰে ড্ৰাগ্ছ আসক্ত কিশোৰসহ সৰবৰাহকাৰী যুৱকজনক।

শীঘ্ৰে উদিয়ানাৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ দাবী ৰাইজৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.