Assamassam policeCity newsঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসম আৰক্ষীত ব্যাপক ৰদবদল….

অসম আৰক্ষীত ব্যাপক ৰদবদল

ওদালগুৰিৰ সহকাৰী আৰক্ষী অধীক্ষকক বদলি

সাম্ভাবি মিশ্ৰক মাৰ্ঘেৰিটাৰ SDO হিচাপে বদলি

গোৱালপাৰাৰ সহকাৰী আৰক্ষী অধীক্ষকক বদলি

সুমালিন শুভদৰ্শিনীক জালুকবাৰীৰ সহকাৰী আয়ুক্ত হিচাপে বদলি

শিৱসগাৰৰ সহকাৰী আৰক্ষী আয়ুক্ত নিচান সৌৰভক বদলি

দিছপুৰৰ সহকাৰী আয়ুক্তৰূপে বদলি নিচান সৌৰভক

যোৰহাটৰ সহকাৰী আৰক্ষী অধীক্ষক আনচল চৌহানক বদলি

ৰঙিয়াৰ SDPO হিচাপে বদলি আনচল চৌহানক

ডিব্ৰুগড়ৰ সহকাৰী আৰক্ষী অধীক্ষক নীতিশা সঞ্জয় জপতাকক বদলি

নীতিশা সঞ্জয়ক চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে বদলি

ধুবুৰীৰ সহকাৰী আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালক বদলি

বিলাসীপাৰাৰ SDO হিচাপে বদলি ৰজত কুমাৰ পালক

বঙাইগাঁৱৰ DSP হিচাপে বদলি অতুল চন্দ্ৰ ৰয় প্ৰধানীক

মহানগৰ আৰক্ষীৰ ACP চামছুল আলমক বদলি

চামছুল আলমক পশ্চিম কাৰ্বি আংলঙৰ DSP ৰূপে বদলি

তিনিচুকীয়াৰ সহকাৰী আৰক্ষী অধীক্ষক অতুল কুমাৰক বদলি

অতুল কুমাৰক বোকাখাতৰ SDPO হিচাপে বদলি

কোকৰাঝাৰৰ সহকাৰী আৰক্ষী অধীক্ষক মাহাতো অমিত কুমাৰ সিদ্ধি প্ৰসাদক বদলি

অমিত কুমাৰক পাণবজাৰৰ ACP ৰূপে বদলি

ডিমা হাচাওৰ সহকাৰী আৰক্ষী অধীক্ষক অমন প্ৰকাশ মীনাক বদলি

লক্ষীপুৰৰ SDPOৰূপে বদলি অমন প্ৰকাশ মীনাক

মাৰ্ঘেৰিটাৰ SDPO হেমন্ত কুমাৰ বড়োক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা DSP ৰূপে বদলি

বিলাসীপাৰাৰ SDPO স্মৃতি ৰেখা ফুকনক ধুবুৰীৰ DSP ৰূপে বদলি

ধুবুৰীৰ DSP শংকৰ মণ্ডলক সীমান্ত শাখাৰ DSP ৰূপে বদলি

 

অসম আৰক্ষীত ব্যাপক ৰদবদল.... অসম আৰক্ষীত ব্যাপক ৰদবদল.... অসম আৰক্ষীত ব্যাপক ৰদবদল.... অসম আৰক্ষীত ব্যাপক ৰদবদল.... অসম আৰক্ষীত ব্যাপক ৰদবদল.... অসম আৰক্ষীত ব্যাপক ৰদবদল.... অসম আৰক্ষীত ব্যাপক ৰদবদল.... অসম আৰক্ষীত ব্যাপক ৰদবদল.... অসম আৰক্ষীত ব্যাপক ৰদবদল....

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button