Assamleatest updateঅসমদৈনিক বাতৰিভাৰত

৪ দশকৰ উৎকণ্ঠাৰ সামৰণিৰ দিশত, ২৯ ডিচেম্বৰত আলফা-চৰকাৰৰ শান্তি চুক্তি….

৪ দশকৰ উৎকণ্ঠাৰ সামৰণিৰ দিশত, ২৯ ডিচেম্বৰত আলফা-চৰকাৰৰ শান্তি চুক্তি....

৪ দশকৰ উৎকণ্ঠাৰ সামৰণিৰ দিশত

২৯ ডিচেম্বৰত আলফা-চৰকাৰৰ শান্তি চুক্তি

নতুন দিল্লীত স্বাক্ষৰিত হ’‍ব বহুচৰ্চিত শান্তি চুক্তি

গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত হ’ব চুক্তি

আলফাৰ শীৰ্ষ সূত্ৰই নিশ্চিত কৰিলে এই তথ্য

‘প্ৰথম খবৰ’ক জনালে আলফাৰ শীৰ্ষ সূত্ৰই

৩১ ডিচেম্বৰত কলাক্ষেত্ৰত সমৱেত হ’ব ৭ শতাধিক কেডাৰ

অংশগ্ৰহণ কৰিব বহু বিশিষ্ট ব্যক্তিয়ে

খচৰা প্ৰস্তুত কৰা জাতীয় অভিৱৰ্তনৰ সদস্যক জনোৱা হ’ব সম্বৰ্ধনা

কাইলৈ দিল্লীলৈ ৰাওনা হ’ব আলফাৰ শীৰ্ষ নেতৃত্ব

ইতিমধ্যে দিল্লীত আছে অনুপ চেতিয়া, শশধৰ চৌধুৰী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 3 =

Back to top button