AssamCity newsleatest updatenationalweatherঅসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশবতৰবিশ্বভাৰত

ৰাজ্যত আহাৰমহীয়া বানৰ সংহাৰী ৰূপ….. বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ……

ৰাজ্যত আহাৰমহীয়া বানৰ সংহাৰী ৰূপ

নেৰানেপেৰা বৰষুণত বৃদ্ধি নৈ-উপনৈৰ জলপৃষ্ঠ

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ডিব্ৰুগড়, নিমাতীঘাট, ধনশিৰিমুখত বিপদসীমা অতিক্ৰম

নুমলীগড়তো বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

বানৰ কৱলত ৰাজ্যৰ ১২ জিলাৰ ২ লক্ষাধিক লোক

কামৰূপ, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট

ধেমাজি, মাজুলী, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়

শিৱসাগৰ, কোকৰাঝাৰ, যোৰহাটত বানৰ তাণ্ডৱ

৩৬ ৰাজহ চক্ৰ, ৬৭১ খনকৈ গাঁও বানৰ কৱলত

৬,৫৪৬.৪৪ হেক্টৰ কৃষিভূমি বানৰ কৱলত

ঠায়ে ঠায়ে বাঢ়নী পানীয়ে ভাঙিলে মথাউৰি

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.