leatest updateঅসমঅসম আৰক্ষীদৈনিক বাতৰি

পুনৰ আলফা স্বাধীনৰ ধনদাবী, ধন দাবীৰ পত্ৰই জোঁকাৰিছে ৰাজ্য।

সোণাৰিৰ টিমন চাহ বাগিচাৰ কৰ্তৃপক্ষক ধন দাবী আলফা স্বাধীনৰ।

পুনৰ আলফা স্বাধীনৰ ধন দাবীৰ পত্ৰই জোঁকাৰিছে ৰাজ্য। এইবাৰ চৰাইদেউ জিলাৰ ৪খনকৈ চাহ বাগিচাত আলফা স্বাধীনত ধন দাবী। সোণাৰিৰ টিমন চাহ বাগিচাৰ কৰ্তৃপক্ষক ধন দাবী আলফা স্বাধীনৰ।

আলফা স্বাধীনে ৭২ লাখ টকা দাবী কৰাৰ পিছতে পলায়ন বাগিচাৰ পৰিচালক মনোজ গগৈৰ। আলফা স্বাধীনৰ শীৰ্ষ নেতা নয়ন অসম স্বাক্ষৰিত ধন দাবী পত্ৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.