অপৰাধঅসমঅসম আৰক্ষী

এক লোমহৰ্ষক হত্যাকাণ্ড! দুই যুৱকক কুঠাৰেৰে ঘপিয়াই হত্যা এজনৰ

সুৰা সেৱনৰ পাছতে কাজিয়াৰ সূত্ৰপাত

◼️ মৰাণত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

◼️ দুই যুৱকক কুঠাৰেৰে ঘপিয়াই হত্যা এজনৰ

◼️ লাল বাবু মুণ্ডা, বীৰছা নায়কক হত্যা

◼️ বিশ্বকৰ্মা ঘাটোৱাৰৰ বিৰুদ্ধে এই অভিযোগ

◼️ ডোমৰ দলং চাহ বাগিচাত সংঘটিত এই ঘটনা

◼️ সুৰা সেৱনৰ পাছতে কাজিয়াৰ সূত্ৰপাত

◼️ হত্যাকাৰী বিশ্বকৰ্মা ঘাটোৱাৰ (চুতু)ক গ্ৰেপ্তাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + seventeen =

Back to top button