অসমদৈনিক বাতৰি

ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে মণিপুৰৰ পৰিস্থিতি, ঠায়ে ঠায়ে প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন

ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে মণিপুৰৰ পৰিস্থিতি, ঠায়ে ঠায়ে প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন

ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে মণিপুৰৰ পৰিস্থিতি

ঠায়ে ঠায়ে প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন

নিৰাপদ স্থানলৈ স্থানান্তৰ ১৫ হাজাৰৰো অধিক লোকক

প্ৰাণৰ মমতাত মণিপুৰ এৰি পলায়ন বহু লোকৰ

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি

ST মৰ্যাদা সন্দৰ্ভত এজন বিধায়কে দাখিল কৰিছিল PIL

হিংসাত্মক ঘটনাৰ তদন্ত বিচাৰি এটা সংগঠনৰো PIL দাখিল

এই PILৰ ভিত্তিতে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.