অসমকেৰালাদৈনিক বাতৰিভাৰত

কেৰালাত ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু ২১জনৰ

কেৰালাত ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু ২১জনৰ

কেৰালাত ভয়ংকৰ নাও দুৰ্ঘটনাত ২১জনৰ মৃত্যু। কেৰালাৰ মল্লপুৰমৰ টনুৰত এখন হাউছবোট দুৰ্ঘটনাগ্ৰস্ত। হাউছবোটখনত আছিল ৪০গৰাকী পৰ্যটক। সংকটজনক অৱস্থাত ৭জনক হাস্পতালত ভৰ্তি। নিহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলাও। দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিহতসকলৰ আত্মীয়লৈ ২ লাখ টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.