অপৰাধদুৰ্ঘটনাভাৰত

আদালতৰ চৌহদতে ভয়ংকৰ বোমা বিস্ফোৰণ, নিহত দুজন

বিস্ফোৰণ বাবে বিল্ডিঙৰ বাথৰুমত দুৰ্বিত্তই এই বোমা স্থাপন কৰিছিল

পঞ্জাবৰ লুধিয়ানা আদালত চৌহদত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ (Ludhiana Court Blast)। তাৰ পাছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰে আদালত চৌহদত। বিস্ফোৰণত আদালত কমপ্লেক্সৰ তৃতীয় মহলাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণত  দুজন লোকৰ মৃত্যুৰ হোৱাৰ লগতে আহত হয় কেইবাজনো লোক।

বিস্ফোৰণ বাবে বিল্ডিঙৰ বাথৰুমত দুৰ্বিত্তই এই বোমা স্থাপন কৰিছিল।

বিস্ফোৰণৰ পিছতে উচ্চপদস্থ বিষয়াসহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। অৱশ্যে এয়া কিহৰ বিস্ফোৰণ সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 1 =

Back to top button