অৰ্থনৈতিকঅসম

পুনৰ বাঢ়িল চিলিণ্ডাৰৰ দাম! আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন নিৰিখ

১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১০৫ টকা বৃদ্ধি

◾পুনৰ বাঢ়িল বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

◾১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১০৫ টকা বৃদ্ধি

◾দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’লগৈ ২০১২টকা

◾কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১০৮টকা বৃদ্ধি

◾৫ কিলোগ্ৰাম LPG চিলিণ্ডাৰৰ দাম বৃদ্ধি

◾২৭ টকা বৃদ্ধি ৫ কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য

◾প্ৰতিটো ৫ কেজি চিলিণ্ডাৰৰ দাম ৫৬৯ টকালৈ বৃদ্ধি

◾আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন নিৰিখ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 14 =

Back to top button