Assam

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম খেলত পৰাস্ত লাভলীনা বৰগোঁহাই

খেলত পৰাস্ত হৈ বিস্ফোৰক অভিযোগ লাভলীনাৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ’ল লাভলীনা বৰগোঁহাই। চেম্পিয়নশ্বিপৰ প্ৰথম খেলত পৰাস্ত লাভলীনা বৰগোঁহাই। প্ৰথম খেলত পৰাস্ত হৈ বিস্ফোৰক অভিযোগ লাভলীনাৰ। উচিত প্ৰশিক্ষক, ভাল প্ৰশিক্ষণ লাভ নকৰাৰ অভিযোগ। যোগ্য সহযোগী লাভ কৰা নাই বুলিও বিস্ফোৰক অভিযোগ লাভলীনাৰ।

সামাজিক মাধ্যমত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল লাভলীনা বৰগোঁহাইয়ে। লাভলীনাৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া লাভলীনাৰ গুৰু প্ৰশান্ত দাসৰ। ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম খেলত পৰাস্ত হৈ বিস্ফোৰক অভিযোগ লাভলীনাৰ। উচিত প্ৰশিক্ষক, ভাল প্ৰশিক্ষণ লাভ নকৰাৰ লগতে ট্ৰেইনিঙৰ বাবে বিশ্বমানৰ যোগ্য সহযোগী লাভ কৰা নাই বুলি সামাজিক মাধ্যমত অভিযোগ লাভলীনাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.